জল জীৱন মিছনত নিযুক্তিৰ সৃষ্টি হৈছে। বিভাগটোৰ Finance & Accounts-ত জ্যেষ্ঠ কাৰ্যবাহীৰ পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আৱেদন আহ্বান কৰা হৈছে।

পদৰ সংখ্যা – এটা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা Finance / Accounts-ত M.Com।

দৰমহা – মাহে ৪০,০০০ টকা। বয়স ২১ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১২ ডিচেম্বৰত পুৱা ১০.৩০ বজাত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভৱনত থকা জল জীৱন মিছনৰ কাৰ্যালয়ত ৱাক ইন ইন্টাৰভিউত বহিব লাগিব।

সাক্ষাৎকাৰৰ বাবে আহোঁতে প্ৰাৰ্থীসকলে তেওঁলোকৰ যাৱতীয় সকলো নথি আৰু প্ৰমাণপত্ৰ লগত আনিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – জাপান (১) বনাম ক্ৰোৱেচিয়া (৩): বিশ্বকাপৰ Tactical Analysis

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply