নিউজ ডেস্ক: অইল ইণ্ডিয়াত সৃষ্টি হোৱা বিভিন্ন কাৰিকৰী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰা হৈছে।
অইল ইণ্ডিয়া লিমিটেডে দুলিয়াজানৰ ক্ষেত্ৰ মুখ্য কাৰ্যালয়ত খালী হৈ থকা ৩৯ টা পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে।
পদৰ নাম : ঠিকাভিত্তিক ড্ৰিলিং/ ৱৰ্কঅভাৰ অপাৰেটৰ
পদৰ সংখ্যা : ৪ টা
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৩০ জানুৱাৰীত দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ নেহৰু ময়দানৰ কৰ্মচাৰী কল্যাণ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৱাক-ইন-ইণ্টাৰভিউ বহিব লাগিব। পঞ্জিয়ণৰ সময় পুৱা বজাৰ পৰা ৯ বজাৰ ভিতৰত।
পদৰ নাম : ঠিকাভিত্তিক ড্ৰিলিং/ ৱৰ্কঅভাৰ মেকানিক
পদৰ সংখ্যা : ৪ টা
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৩১ জানুৱাৰীত দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ নেহৰু ময়দানৰ কৰ্মচাৰী কল্যাণ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৱাক-ইন-ইণ্টাৰভিউ বহিব লাগিব। পঞ্জিয়ণৰ সময় পুৱা বজাৰ পৰা ৯ বজাৰ ভিতৰত।
পদৰ নাম : ঠিকাভিত্তিক ড্ৰিলিং/ ৱৰ্কঅভাৰ সহকাৰী অপাৰেটৰ
পদৰ সংখ্যা : ২১ টা
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১ ফেব্ৰুৱাৰীত দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ নেহৰু ময়দানৰ কৰ্মচাৰী কল্যাণ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৱাক-ইন-ইণ্টাৰভিউ বহিব লাগিব। পঞ্জিয়ণৰ সময় পুৱা বজাৰ পৰা ৯ বজাৰ ভিতৰত।
পদৰ নাম : ঠিকাভিত্তিক ড্ৰিলিং/ ৱৰ্কঅভাৰ সহকাৰী মেকানিক
পদৰ সংখ্যা : ১০ টা
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৩ ফেব্ৰুৱাৰীত দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ নেহৰু ময়দানৰ কৰ্মচাৰী কল্যাণ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৱাক-ইন-ইণ্টাৰভিউ বহিব লাগিব। পঞ্জিয়ণৰ সময় পুৱা বজাৰ পৰা ৯ বজাৰ ভিতৰত।
আগ্ৰহী প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা তথা আন তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিতং বিজ্ঞাপন চাব পাৰে।
লগতে পঢ়ক – উৰুকাৰ দিনাই মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড