নিউজ ডেস্ক: কৰিমগঞ্জ জিলাৰ বদৰপুৰ নবিনচন্দ্ৰ মহাবিদ্যালয়ত সৃষ্টি হোৱা লাইব্ৰেৰিয়ান পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ সংখ্যা -এটা।

দৰমহা ইউজিচিৰ সপ্তম পে’ স্কেল অনুসৰি (৫৭৭০০-১৮২৪০০) প্ৰদান কৰা হ’ব। প্ৰাৰ্থীৰ বয়স ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে SC / ST-ৰ বাবে ৫ বছৰৰ, OBC / MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ বছৰ আৰু PWD প্ৰাৰ্থীৰ বয়সৰ ষেত্ৰত ১০ বছৰৰ ৰেহাই থাকিব।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদনবোৰ নিৰ্ধাৰিত প্ৰপত্ৰত (মহাবিদ্যালয়ৰ ৱেবছাইট http://nccollege.ac.in/ -ত উপলব্ধ) লগতে মেট্ৰিক পৰীক্ষাকে ধৰি শিক্ষাগত প্ৰমাণপত্ৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব। ইয়াৰ সৈতে এখন ১৫০০ টকীয়া non-refundable A/c payee demand draft কেৱল Principal, Nabinchandra College,  Badarpur payable at SBI Bardarpur I/E. Branch’-ত ‘পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। 

প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন অহা ৭ নৱেম্বৰৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। 

rincipal, Nabinchandra College,  Badarpur, P.O. – Badarpur, Dist.- Karimganj, Assam, PIN-788806

Pdf আকাৰত আৱেদনৰ এটা ছপ্ট কপি অহা ৭ নৱেম্বৰৰ ভিতৰত principal@nccollege.ac.in-ত ইমেইল কৰিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply