নিউজ ডেস্ক: খাদী আৰু গ্ৰাম উদ্যোগ আয়োগৰ বিভিন্ন বিভাগত খালী হৈ থকা Young Professional পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। খাদী আৰু গ্ৰাম উদ্যোগ আয়োগৰ উত্তৰ-পূব সংমণ্ডলত সৃষ্টি হোৱা এই পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি আয়োগে এক বিজ্ঞাপন যোগে সদৰী কৰে।

পদৰ নাম – Young Professional; পদৰ সংখ্যা – ১০ টা (Khadi : 2, Village Industries : 4, Establishment : 2, Training : 2)

ৰাজ্য ভিত্তিত পদৰ সংখ্যা:

অসম- ৩টা, অৰুণাচল প্ৰদেশ- ১টা, মণিপুৰ – ১টা, মিজোৰাম – ১টা, মেঘালয় – ১টা, নাগালেণ্ড – ১টা, ছিকিম – ১টা. ত্ৰিপুৰা – ১টা পদ।

দৰমহা – মাহে ২৫,০০০ৰ পৰা ৩০,০০০ টকা।

প্ৰাৰ্থীৰ বয়স অহা ২৪ আগষ্টত ২৭ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৪ আগষ্টৰ নিশা ১১ বজাৰ পূৰ্বে ইয়াত ক্লিক কৰি অনলাইন আৱেদন কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – শেষ নিশ্বাস ত্যাগ কৰি প্ৰবীণ অভিনেতা সাধন হাজৰিকাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply