NABARD-ত খালী হৈ থকা ১৭০ টা প্ৰবন্ধকৰ পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদসমূহ হৈছে –

সহকাৰী প্ৰবন্ধক ((RDBS): ১৬১ টা পদ

বিভাগ অনুযায়ী থকা খালী পদসমূহ হৈছে –
General : ৮০ টা
Agriculture Engineering : ৫ টা
Fisheries : ২ টা
Forestry : ২ টা
Land Development/Soil Science : ৩ টা
Plantation / Horticulture : ২ টা
Civil Engineering : ৩ টা
Environmental Engineering/Science : ৪ টা
Finance : ৩০ টা
Computer/Information Technology : ২৫ টা
Agri Marketing / Agri Business Management : ২ টা
Development Management : ৩ টা

সহকাৰী প্ৰবন্ধক (Rajbhasha): ৭ টা পদ

সহকাৰী প্ৰবন্ধক (P&SS): ২ টা পদ

আগ্ৰহী প্ৰাৰ্থীসকলে NABARD-ৰ বিভাগীয় ৱেবছাইট (https://www.nabard.org)-ত ১৮ জুলাইৰ পৰা ৭ আগষ্টৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰে।

আৱেদনৰ মাচুল:

সহকাৰী প্ৰবন্ধক (RDBS)/সহকাৰী প্ৰবন্ধক (Rajbhasha)

SC / ST / PWBD : ১৫০ টকা , বাকী সকলো : ৮০০ টকা

সহকাৰী প্ৰবন্ধক (P&SS) :

SC / ST / PWBD : ১৫০ টকা , বাকী সকলো : ৮০০ টকা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ লগতে আন তথ্যৰ বাবে বিতং বিজ্ঞাপনৰ চাবলৈ ইয়াত আৰু ইয়াত ক্লিক কৰক।
লগতে পঢ়ক –বয়সস্থৰ তুলনাত কম বয়সীয়া লোকৰ ওপৰত সুৰাপানৰ অধিক বেয়া প্ৰভাৱ পৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply