NABARD-ত খালী হৈ থকা ১৭০ টা প্ৰবন্ধকৰ পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
পদসমূহ হৈছে –
সহকাৰী প্ৰবন্ধক ((RDBS): ১৬১ টা পদ
বিভাগ অনুযায়ী থকা খালী পদসমূহ হৈছে –
General : ৮০ টা
Agriculture Engineering : ৫ টা
Fisheries : ২ টা
Forestry : ২ টা
Land Development/Soil Science : ৩ টা
Plantation / Horticulture : ২ টা
Civil Engineering : ৩ টা
Environmental Engineering/Science : ৪ টা
Finance : ৩০ টা
Computer/Information Technology : ২৫ টা
Agri Marketing / Agri Business Management : ২ টা
Development Management : ৩ টা
সহকাৰী প্ৰবন্ধক (Rajbhasha): ৭ টা পদ
সহকাৰী প্ৰবন্ধক (P&SS): ২ টা পদ
আগ্ৰহী প্ৰাৰ্থীসকলে NABARD-ৰ বিভাগীয় ৱেবছাইট (https://www.nabard.org)-ত ১৮ জুলাইৰ পৰা ৭ আগষ্টৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰে।
আৱেদনৰ মাচুল:
সহকাৰী প্ৰবন্ধক (RDBS)/সহকাৰী প্ৰবন্ধক (Rajbhasha)
SC / ST / PWBD : ১৫০ টকা , বাকী সকলো : ৮০০ টকা
সহকাৰী প্ৰবন্ধক (P&SS) :
SC / ST / PWBD : ১৫০ টকা , বাকী সকলো : ৮০০ টকা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ লগতে আন তথ্যৰ বাবে বিতং বিজ্ঞাপনৰ চাবলৈ ইয়াত আৰু ইয়াত ক্লিক কৰক।
লগতে পঢ়ক –বয়সস্থৰ তুলনাত কম বয়সীয়া লোকৰ ওপৰত সুৰাপানৰ অধিক বেয়া প্ৰভাৱ পৰে