নিউজ ডেস্ক: ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনৰ নেশ্যনেল প্ৰডাক্টিভিটি কাউন্সিল (NPC)-ত Accounts Executive আৰু Support Executive পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
এক শেহতীয়া বিজ্ঞাপন যোগে আগ্ৰহী প্ৰাৰ্থীৰ সকলক আৱেদন কৰিবলৈ আহ্বান জনাইছে, অৱেশ্যে নতুন দিল্লীত হ’ব লগীয়া উক্ত দুয়োটা পদৰ নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তক হ’ব।
পদসমূহ হৈছে – Accounts Executive আৰু Support Executive।
পদৰ সংখ্যা ২ টা।
চাকৰিৰ ঠিকনা – NPC ৰ মুখ্য কাৰ্য্যালয়, নতুন দিল্লী।
দৰমহা – প্ৰতি মাহে ৩১,০০০ টকা।
শিক্ষাগত অৰ্হতা –
Accounts Executive পদৰ বাবে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক হোৱাৰ লগতে Tally Software-ত তিনি বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
Support Executive পদৰ বাবে প্ৰাৰ্থী দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২০ মাৰ্চৰ আৱেলি ৩ বজাৰ পূৰ্বে যাৱতীয় ডকুমেণ্টচ আৰু ফটো তলৰ ঠিকনাত ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব:
Email: ed-admin@npcindia.gov.in
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – কামপুৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত উৎকোচ ৱাৰ্ড সদস্যৰ