গুৱাহাটীঃ গুৱাহাটীৰ আগশাৰীৰ চকুৰ চিকিৎসালয় শংকৰদেৱ নেত্ৰালয়ত খালী হৈছে কেইবাটাও পদ।

পদ সমূহ হৈছে-

  1. Quality officer-১টা

2. Secretary (Call centre)-১টা

3. Safety & security officer-১টা


অৰ্হতাঃ

১. National Accreditation Board for Hospitals & Healthcare Providers, National Accreditation Board for Testing and Calibration Laboratories ৰ অধীনত Quality management অথবা Hospital management কাম কৰাৰ অভিজ্ঞতা থকা লোকক প্রাধান্য দিয়া হ’ব।

২. স্নাতক উত্তীৰ্ণ হ’ব লাগিব। লগতে ইংৰাজী,হিন্দী, অসমীয়া, বাংলা ভাষাৰ ওপৰত দক্ষতা থাকিব লাগিব।

৩. কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত অগ্নিনিৰ্বাপক বা নিৰাপত্তাবাহিনীৰ লোকে অগ্ৰাধিকাৰ লাভ কৰিব।

৪. একে ক্ষেত্ৰতে ৫বছৰৰ অভিজ্ঞতা থকা লোকেও আবেদন কৰিব পাৰিব।


বয়স

Quality officerৰ পদৰ বাবে বয়সৰ অন্তিম সীমা ৩৫বছৰ।

Secretary (Call centre) ৰ পদৰ বাবে ৩০ বছৰৰ অধিক হ’ব নালাগিব।

Safety & security officer ৰ পদৰ বাবে বয়সৰ অন্তিম সীমা ৫০বছৰ।


প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০জুন ২১’ । কেৱল অফলাইন যোগে কৰা আবেদনকহে গ্ৰহণ কৰা হ’ব।

এনভেলপৰ ওপৰত আবেদন কৰা পদৰ নাম স্পষ্টকৈ উল্লেখ কৰি তলৰ ঠিকনাত পঠিয়াব লাগিব।

The Manager (HR)

Sri Sankaradeva Nethralaya

96,Basistha Road,Guwahati-781028

Phone No. 0361-2233444/2228922

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply