অসম কৃষি বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা এটা প্ৰকল্প সহকাৰী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এই পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব বুলি এক বিভাগীয় বিজ্ঞাপন যোগে জনোৱা হয়।
প্ৰকল্পৰ নাম – UN-GEF project “Mainstream agrobiodiversity conservation and utilization in the Agricultural Sector to ensure ecosystem services and reduce vulnerability”
পদৰ নাম – প্ৰকল্প সহকাৰী। এটা পদ।
শিক্ষাগত অৰ্হতা – Basic Science/Life Science-ত স্নাতক। দৰমহা – মাহে ২০,০০০ টকা।
অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে যাৱতীয় নথিসহ তেওঁলোকৰ বায়’ডাটা অহা ৩০ জুনৰ ভিতৰত dhruba.j.nath@aau.ac.in মেইল যোগে প্ৰেৰণ কৰিব পাৰে।
শ্বৰ্টলিষ্ট হোৱা প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ দুদিন পূৰ্বে ই-মেইল যোগে জনোৱা হ’ব।
বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – মঙলদৈত পুনৰ ভাঙিল শাকতোলা নদীৰ মথাউৰি