নিউজ ডেস্ক: বৃহৎ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে কংগ্ৰেছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত।

বৰ্তমানলৈকে(দিনৰ ১২.৪৫ বজাত) কংগ্ৰেছে দুটা সমষ্টি জয়ৰ লগতে ১২৮ টা সমষ্টি অগ্ৰতি লাভ কৰি আছে।

ইফালে, বিজেপি শাসিত হৈ থকা চৰকাৰ খনে মাত্ৰ ৬৬ খন আসনত আগবাঢ়ি আছে।

JD(s) দলে ২২ খন আৰু অন্যান্য দলে ৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

উল্লেখ্য যে, কৰ্ণাটকৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা ২২৪। জয়ী হ’বলৈ হ’লে ১১৩ টা আসন লাভ কৰিব লাগিব।

লগতে পঢ়ক – নতুন অসমীয়া ছবি “দ্যা কনছিকুৱেন্স”ৰ ট্ৰেইলাৰ মুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply