প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘কিষাণ ঋণ পত্ৰ’ই আমাৰ পৰিশ্ৰমী কৃষকসকলৰ জীৱন সহজ কৰি তুলিছে আৰু ইয়াৰ মূল উদ্দেশ্যও হৈছে এয়াই।
হাতৰাছৰ সাংসদ ৰাজবীৰ দিলাৰে প্ৰকাশ কৰা এলানি ‘টুইট’-ত কৃষকসকলক ‘কিষাণ ঋণ পত্ৰ’ প্ৰদানে আগবঢ়োৱা সুবিধাৰ বিষয়ে উল্লেখ কৰিছিল।
এই ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়; “কিষাণ ঋণ পত্ৰই আমাৰ পৰিশ্ৰমী খেতিয়কসকলৰ জীৱন সহজ কৰি তোলা দেখি ভাল লাগিছে। এয়াইতো ইয়াৰ মূল উদ্দেশ্যও”!