নিউজ ডেস্ক- চৰকাৰৰ কঠোৰ ব্যৱস্থাক উপলুঙা কৰা একাংশ চৰকাৰী কৰ্মচাৰীৰ গাত নলগাৰ বাবে পুনৰ হাত দাঙিলে এজনে।

দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰিলে এইবাৰ হাজোৰ লাট মণ্ডলক।

হাজোৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎপল কেম্পায়ে ৮হাজাৰ টকা ঘোচ লৈ উৎকোচ লৈ ধৰা পৰে।

দীৰ্ঘ সময় ধৰি হাজোৰ চক্ৰ বিষয়া কাৰ্যালয়ত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল উৎপল কেম্পাইৰ বিৰুদ্ধে।

জানিব পৰা মতে, মাটি নামজাৰি কৰাৰ বাবদ ধন লৈছিল বিষয়াজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply