Posted inNews

১ জুলাইৰ পৰা ৰেডিচন ব্লু গুৱাহাটীত পুনৰ মুকলিৰ ঘোষণা ‘নেষ্ট এছিয়া’ৰ

নিউজ ডেস্ক: ৰেডিছন ব্লু গুৱাহাটীৰ আগশাৰীৰ এছিয়ান খাদ্যৰ ৰেস্তোৰাঁত নেষ্ট এছিয়াই অহা ১ জুলাইৰ পৰা পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰি অতিশয় আনন্দিত হৈ পৰিছে। উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতা আৰু ডেলিভাৰীৰ প্ৰতি আকৰ্ষণেৰে নেষ্ট এছিয়াই সোৱাদ, শিল্পকলা আৰু পৰিৱেশৰ এক আকৰ্ষণীয় যাত্ৰাত নামিবলৈ সকলোকে আমন্ত্ৰণ জনায়। এক অসাধাৰণ ভোজনৰ অভিজ্ঞতা প্ৰদান কৰাৰ আগ্ৰহেৰে নেষ্ট এছিয়াই উৎকৃষ্টতাৰ […]