যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

নিউজ ডেস্ক– বৰ্তমান সময়ত আধাৰকাৰ্ডখন অতিকৈ প্ৰয়োজনীয় নথি। এতিয়াৰে পৰা নতুন ৰূপত সংযোজন কৰা হৈছে এই আধাৰকাৰ্ডখন। ডেবিট,ক্ৰেডিট অথবা পান কাৰ্ডৰ দৰে কঢ়িয়াই লৈ ফুৰিব পাৰিব এই PVC আধাৰ কাৰ্ডখন।

টুইটাৰত এই তথ্য প্ৰকাশ কৰে UIDAI য়ে।

এটা পৰিয়ালত মাত্ৰ এটা ম’বাইল নম্বৰতে পৰিয়ালৰ সকলোৱে এই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ৫০টকাতে লাভ কৰিব পাৰিব এই আধাৰকাৰ্ড।

পূৰ্বৰ আধাৰকাৰ্ডৰ তুলনাত এই আধাৰকাৰ্ডখন অলপ সৰু গতিকে কঢ়িয়াই লৈ ফুৰাত সুবিধাজনক হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply