YouTube video

খুমটাইঃ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাজ্যৰ এটা বিধান সভা সমষ্টিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাৰ প্ৰয়াস এগৰাকী বিধায়কৰ। গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি গঢ়ি তোলাৰ সংগ্ৰামত নামিছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া।

সমষ্টিটোত গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰি ইতিমধ্যে যোগীবাৰী,মেলামৰা আৰু খুমটাইত গ্ৰাম্য পৰ্যটন গঢ়ি তুলিছে।

যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ

সমষ্টি ভিত্তিক ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি দিছে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোঁহাইক।
সেয়ে পুৱাই হাতত ঝাড়ু লৈ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই সমষ্টিটোৰ মহিলাসকলৰ লগত চাফাই অভিযানত ব্যস্ত হৈ পৰিল আচুৰ্য।

সমষ্টিটোক আগুৱাই নি সম্ভাৱনা থকা গ্ৰাম্য পৰ্যটনৰ দিশত চিনাকী কৰাৰ লক্ষ্য মৃণাল বিধায়ক শইকীয়াৰ। ইয়াৰ লগতে সমষ্টিবাসীৰ মাজত অৰ্থনৈতিক স্বাৱলম্বিতা গঢ়াৰ পৰিকল্পনা কৰিছে বিধায়কগৰাকীয়ে।

লগতে পঢ়কঃমানকাচৰৰ সুখচৰত ভাৰত-বাংলাদেশ উন্মুক্ত নদী সীমান্তত জব্দ ২০ টা চোৰাং গৰু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply