পুৱা ১১ বজাত: ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ শীৰ্ষত বাক্সা জিলা। ৰাজ্যৰ ভিতৰতে সৰ্বাধিৰ উত্তীৰ্ণ হৈছে বাক্সা জিলাত।

কলা শাখাত মুঠ উত্তীৰ্ণৰ সংখ্যা ৭৯৬৩ জন। অৱতীৰ্ণ হৈছিল ৯৯৩৩ জন।

বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ সংখ্যা ৮৮৮ জন। অৱতীৰ্ণ হৈছিল ৯২৮ জন।

বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ সংখ্যা ৩০৬ জন। অৱতীৰ্ণ হৈছিল ৩২৯ জন।

পুৱা ১০.৫৭ বজাতঃ যোৰহাটৰ প্ৰাগজ্যোতিষ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ দেবাংগনা দেউৰীয়ে Alternative English ত ১০০ নম্বৰ পাই ৰাজ্যখনৰ ভিতৰত উক্ত বিষয়ত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে।

পুৱা ১০.৪৮ বজাতঃ ১০ টা বৰ্ষৰ ভিত্তিত উত্তীৰ্ণ হাৰ-

পুৱা ১০.৪৫ বজাতঃ বিগত ৯ বছৰৰ তুলনাত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আটাইকেইটা শাখাতেই উত্তীৰ্ণ হাৰ আটাইতকৈ কম।

কলা শাখাৰ উত্তীৰ্ণ হাৰ – ৭০.১২%, বাণিজ্য শাখাৰ উত্তীৰ্ণ হাৰ – ৭৯.৫৭% আৰু বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰ – ৮৪.৯৬% ।

পুৱা ৯.০৯ বজাতঃ প্ৰথম ১০ টা স্থান প্ৰাপ্ত বাণিজ্য শাখাৰ তালিকা –

পুৱা ৯.০৮ বজাতঃ প্ৰথম ১০ টা স্থান প্ৰাপ্ত বিজ্ঞান শাখাৰ তালিকা –

পুৱা ৯.০৭ বজাতঃ প্ৰথম ১০ টা স্থান প্ৰাপ্ত কলা শাখাৰ তালিকা –

পুৱা ৯.০০ বজাতঃ ৯ বজাৰ লগে লগেই ঘোষণা কৰা হৈছে ২০২৩ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।

কলা শাখা –

প্ৰথম স্থান – সংকল্পজিৎ নাৰায়ণ, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও

দ্বিতীয় স্থান – দীয়া মহন্ত, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও

তৃতীয় স্থান – শ্ৰেয়া সৰকাৰ

বিজ্ঞান শাখা –

প্ৰথম স্থান – নিখিলেশ দত্ত

দ্বিতীয় স্থান – আৰীজিৎ ৰয়, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও

বিশ্বজ্যোতি দাস, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও

ঋষভ উপাধ্যায়, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও

তৃতীয় স্থান – পাৰ্থ প্ৰিয়ম শইকীয়া, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও

বাণিজ্য শাখা –

প্ৰথম স্থান – বৰ্ষা বথৰা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ (মেট্ৰো)

চুকান্যা কুমাৰ, মালায়বাৰী ছিনিয়ৰ চেকেণ্ডাৰী স্কুল, কামৰূপ (মেট্ৰো)

দ্বিতীয় স্থান – জিলিক শিল, শংকৰদেৱ ছনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও

তৃতীয় স্থান – জাহাঙীৰ আলম চৌধুৰায়, পেৰামাউণ্ট এছআৰ চেকেণ্ডাৰী স্কুল, হাইলাকাণ্ডি

পুৱা ৮.৩০ বজাতঃ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি অনলাইনযোগে নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। ahsec.assam.gov.inhttp:/www.indiaresults.com/https:/assamjobalerts.com/iresults.netexametc.comhttps:/www.assamresult.co.in/https:/www.results.shiksha/https:/www.assamresult.in/iresults.in এইকেইটা ৱেবচাইটত শিক্ষাৰ্থীসকলে চাব পাৰিব ফলাফল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply