কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ। বৃহৎ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে কংগ্ৰেছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত। ২২৪ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আছে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে।

নিশা ৯.০৫ বজাতঃ শেহতীয়া ভাৱে কংগ্ৰেছ আৰু বিজেপিয়ে লাভ কৰিছে এখনকৈ আসন। ইয়াৰ ফলত কংগ্ৰেছৰ মুঠ আসনৰ সংখ্যা ১৩৫ খনলৈ বৃদ্ধি আৰু বিজেপিৰ ৬৫ খনলৈ আসনৰ সংখ্যা বৃদ্ধি। এতিয়া কেৱল এখন আসনৰ ফলাফল ওলাবলৈ বাকী থকা সমষ্টিত কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে।

সন্ধিয়া ৮.১০ বজাতঃ আৰু এটা সমষ্টি জয়লাভ কংগ্ৰেছৰ। মুঠৰ আসনৰ জয়ী সংখ্যা বৰ্তমানলৈকে ১৩৪ খন।

সন্ধিয়া ৭.৪৯ বজাতঃ ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ আৰু মাত্ৰ ৪ খন আসনৰ ফলাফল ঘোষণাৰ বাকী। ইয়াৰে ৩ খন আসনত কংগ্ৰেছ অগ্ৰগতি লাভ কৰি আছে।

সন্ধিয়া ৭.৪৬ বজাতঃ শেহতীয়া ভাৱে কংগ্ৰেছে আৰু এখন আসন জয় লাভ কৰি ১৩৩ খন আসনলৈ বৃদ্ধি লগতে, কংগ্ৰেছেও এখন আসন জয় লাভ কৰি ৬৪ জয়ী আসনলৈ বৃদ্ধি।

বিশিষ্ট সাংবাদিক ৰবীশ কুমাৰ এক খুহুতীয়া টুইট কৰা দেখা গৈছে,

সন্ধিয়া ৭.৩২ বজাতঃ ১৩২ খন জয়ী আসনৰ সংখ্যা বৃদ্ধি কংগ্ৰেছৰ। সমান্তৰালকৈ দলটোৱে আৰু ৪ খন আসনত অগ্ৰগতি।

সন্ধিয়া ৭.২৯ বজাতঃ শেহতীয়া ভাৱে বিজেপিয়ে আৰু দুখন আসন জয়ী লাভ। বৰ্তমানলৈকে মুঠ জয়ী আসনৰ সংখ্যা ৬৩ খনলৈ বৃদ্ধি।

বেংগলাৰুৰ KPCC কাৰ্যালয়ৰ পৰা জয়ী প্ৰাৰ্থী কংগ্ৰেছ নেতৃত্বৰ সংবাদেলৰ সম্বোধন,

গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটক বাসীক দিলে ধন্যবাদ,

সন্ধিয়া ৭.২০ বজাতঃ বিজেপিৰ জয়ী আসনৰ সংখ্যা ৬১ খনলৈ বৃদ্ধি। ইয়াৰ সমান্তৰালকৈ বিজেপিয়ে আৰু ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

সন্ধিয়া ৭.১২ বজাতঃ কংগ্ৰেছৰ জয়ী আসনৰ সংখ্যা ১৩১ খনলৈ বৃদ্ধি। এতিয়া মাত্ৰ ১০ খন আসনৰ ফলাফল ওলাবলৈ বাকী।

সন্ধিয়া ৬.৪৯ বজাতঃ কংগ্ৰেছৰ জয়ী আসনৰ সংখ্যা ১২৮ খনলৈ বৃদ্ধি। মাত্ৰ এতিয়া ১৩ খন আসনৰ ফলাফল ওলাবলৈ বাকী।

প্ৰধানমন্ত্ৰী মোডীয়ে অভিনন্দ জ্ঞাপন কৰিলে বিজয়ী প্ৰাৰ্থী কংগ্ৰেছক –

লগতে পঢ়ক – কৰ্ণাটকত ঘৃণা বজাৰ বন্ধ হৈছে, প্ৰেমৰ দোকান খোল খাইছে- ৰাহুল গান্ধীৰ

সন্ধিয়া ৬.৩৮ বজাতঃ কেৱল মাত্ৰ এতিয়া ১৫ খন আসনৰ ফলাফল ওলাবলৈ বাকী। ইয়াৰে ১০ খনত কংগ্ৰেছ আৰু ৫ খনত বিজেপি অগ্ৰগতি লাভ কৰি আছে।

সন্ধিয়া ৬.৩৫ বজাতঃ আৰু এখন আসন জয়ী হ’বলৈ সক্ষম হৈছে কংগ্ৰেছ, ইয়াৰ লগতে কংগ্ৰেছৰ মুঠ আসনৰ জয়ী সংখ্যা বৰ্তমানলৈকে ১২৬ খন।

সন্ধিয়া ৬.৩১ বজাতঃ বিজেপি দখললৈ পুনৰ দুটা সমষ্টি, মুঠ জয়ী আসনৰ সংখ্যা বৰ্তমানলৈকে ৬০ লৈ বৃদ্ধি। বিজেপি আৰু ৫ টা সমষ্টিত আগবাঢ়ি আছে।

সন্ধিয়া ৬.২৫ বজাতঃ জয়ী প্ৰাৰ্থী কংগ্ৰেছে ৰাজ্যখনৰ জনতাৰ পৰা বৰ্তমানলৈতে ৪৩% ভোট পাবলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে বিজেপিয়ে ৩৫.৯১% ভোট জনতাৰ পৰা পাইছে।

সন্ধিয়া ৬.২২ বজাতঃ কংগ্ৰেছৰ জয়ী সমষ্টি সংখ্যা ১২৫ খনলৈ বৃদ্ধি। কেৱল মাত্ৰ এতিয়া ১৮ টা সমষ্টিৰ ফলাফল ওলাবলৈ বাকী। বাকী থকা ১৮ টা সমষ্টিৰ কংগ্ৰেছে ১১ খন আসনত, বিজেপি ৬ খন আসনত অগ্ৰগতি।

সন্ধিয়া ৬.১৫ বজাতঃ আনটা সমষ্টি জয় হ’বলৈ সক্ষম হৈছে জয়ী দল কংগ্ৰেছে। মুঠ জয়ৰ লাভৰ আসনৰ সংখ্যা বৰ্তমানলৈকে ১২৪ খন। ইয়াৰ সমানে কংগ্ৰেছে আৰু ১২ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

সন্ধিয়া ৬.০৮ বজাতঃ ২২৪ খন আসনৰ ভিতৰত কংগ্ৰেছে বৰ্তমানলৈকে ১২৩ খন আসন লাভ কৰি জয়ৰ নিশ্চিত কৰিছে। ইফালে, বিজেপিয়ে বৰ্তমানলৈকে ৫৮খন, জনতা দলে ১৯ খন আৰু অন্যান্য দলে ৪ খন আসনত জয় লাভ কৰিছে। এতিয়া কেৱল মাত্ৰ ২০ টা সমষ্টিৰ ফলাফল ওলাবলৈ বাকী।

সন্ধিয়া ৬.০৫ বজাতঃ ২২৪ খন আসনৰ ভিতৰত কংগ্ৰেছে বৰ্তমানলৈকে ১২৩ খন আসন লাভ কৰি জয়ৰ নিশ্চিত কৰিছে। ইফালে, বিজেপিয়ে বৰ্তমানলৈকে ৫৮খন, জনতা দলে ১৯ খন আৰু অন্যান্য দলে ৪ খন আসনত জয় লাভ কৰিছে। এতিয়া কেৱল মাত্ৰ ২০ টা সমষ্টিৰ ফলাফল ওলাবলৈ বাকী।

সন্ধিয়া ৬.০২ বজাতঃ দুখন আসনত বিজেপিৰ জয় লাভ। বিজেপি মুঠ জয় লাভৰ আসনৰ সংখ্যা বৰ্তমানলৈকে ৫৮ খন।

সন্ধিয়া ৬.০০ বজাতঃ

৫.৫৫ বজাতঃ আন এটা সমষ্টিত জয়লাভ কংগ্ৰেছৰ। বৰ্তমানলৈকে মুঠ জয়ৰ আসনৰ সংখ্যা ১২৩ খনলৈ বৃদ্ধি। এতিয়া কেৱল মাত্ৰ ২২ খন আসনৰ ফলাফল ওলাবলৈ বাকী।

৫.৫২ বজাতঃ জনতা দলে শেহতীয়াভাৱে ১৯ খন আসনত জয় লাভ কৰি বৰ্তমান এটা সমষ্টিত আগবাঢ়ি আছে।

৫.৪৯ বজাতঃ কংগ্ৰেছৰ আৰু এখন আসনত জয়লাভ। তেনে ক্ষেত্ৰত বৰ্তমানলৈকে মুঠ জয়ী আসনৰ সংখ্যা ১২২ খনলৈ বৃদ্ধি। এতিয়া কেৱল মাত্ৰ ২৩ খন আসনৰ ফলাফল ওলাবলৈ বাকী।

৫.৪৬ বজাতঃ কৰ্ণাটকৰ শাসকীয় দল হিচাপে থকা বিজেপি দলে শেহতীয়াভাৱে ৫৬ খন আসনত জয় লাভ কৰি বাকী ৮ টা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে।

৫.৪৪ বজাতঃ ইতিমধ্যেই জয় নিশ্চিত কৰা কংগ্ৰেছৰ ১২১ আসনলৈ বৃদ্ধি পাইছে জয়ী হোৱা সমষ্টিৰ সংখ্যা।

৫.৩২বজাতঃ কংগ্ৰেছ ১১৯খন আসনত জয়ী হৈছে। ১৭খন আসনত আগবাঢ়ি আছে দলটো।

.৩২বজাতঃ বিজেপি ৫৫খন আসনত জয়ী হৈছে আৰু ৯খন আসনত আগবাঢ়ি আছে।

.১৭বজাতঃ বিজেপি ৫২খন আসনত জয়ী হৈছে আৰু ১২খন আসনত আগবাঢ়ি আছে।

৫.০৬বজাতঃ জনতা দলে ১৭খন আসনত জয়ী হৈছে আৰু ৩খন আসনত আগবাঢ়ি আছে।

৫.০৫বজাতঃ কংগ্ৰেছ ১১৪খন আসনত জয়ী হৈছে। ২২খন আসনত আগবাঢ়ি আছে দলটো।

৪.৫২বজাতঃ কংগ্ৰেছ ১০৭খন আসনত জয়ী হৈছে। ২৯খন আসনত আগবাঢ়ি আছে দলটো।

.৫১বজাতঃ বিজেপি ৫০খন আসনত জয়ী হৈছে আৰু ১৪খন আসনত আগবাঢ়ি আছে।

৪.৩০বজাতঃ জনতা দলে ১৬খন আসনত জয়ী হৈছে আৰু ৪খন আসনত আগবাঢ়ি আছে।

৪.২৯বজাতঃ কংগ্ৰেছ ৯৬খন আসনত জয়ী হৈছে। ৪০খন আসনত আগবাঢ়ি আছে দলটো।

৪.১৭বজাতঃ জনতা দলে ১৫খন আসনত জয়ী হৈছে আৰু ৫খন আসনত আগবাঢ়ি আছে।

৪.১৭বজাতঃ কংগ্ৰেছ ৯১খন আসনত জয়ী হৈছে। ৪৫খন আসনত আগবাঢ়ি আছে দলটো।

.১৬বজাতঃ বিজেপি ৪৫খন আসনত জয়ী হৈছে আৰু ১৯খন আসনত আগবাঢ়ি আছে।

৪.০১বজাতঃ জনতা দলে ১৪খন আসনত জয়ী হৈছে আৰু ৬খন আসনত আগবাঢ়ি আছে।

৪.০১বজাতঃ কংগ্ৰেছ ৮২খন আসনত জয়ী হৈছে। ৫৪খন আসনত আগবাঢ়ি আছে দলটো।

.০০বজাতঃ বিজেপি ৪৩খন আসনত জয়ী হৈছে আৰু ২১খন আসনত আগবাঢ়ি আছে।

৩.৫১বজাতঃ জনতা দলে ১৩খন আসনত জয়ী হৈছে আৰু ৭খন আসনত আগবাঢ়ি আছে।

৩.৫০বজাতঃ কংগ্ৰেছ ৭৩খন আসনত জয়ী হৈছে। ৬৩খন আসনত আগবাঢ়ি আছে দলটো।

.৪৯বজাতঃ বিজেপি ৩৪খন আসনত জয়ী হৈছে আৰু ৩০খন আসনত আগবাঢ়ি আছে।

৩.৪০বজাতঃ জনতা দলে ১২খন আসনত জয়ী হৈছে আৰু ৮খন আসনত আগবাঢ়ি আছে।

৩.৩৯বজাতঃ কংগ্ৰেছ ৭১খন আসনত জয়ী হৈছে। ৬৫খন আসনত আগবাঢ়ি আছে দলটো

.৩৮বজাতঃ বিজেপি ৩০খন আসনত জয়ী হৈছে আৰু ৩৪খন আসনত আগবাঢ়ি আছে।

৩.২৯বজাতঃ কংগ্ৰেছ ৫৬খন আসনত জয়ী হৈছে। ৭৯খন আসনত আগবাঢ়ি আছে দলটো।

.2৮বজাতঃ বিজেপি ২৭খন আসনত জয়ী হৈছে আৰু ৩৮খন আসনত আগবাঢ়ি আছে।

৩.২০বজাতঃ জনতা দলে ১০খন আসনত জয়ী হৈছে আৰু ১০খন আসনত আগবাঢ়ি আছে।

৩.১৯বজাতঃ কংগ্ৰেছ ৫৫খন আসনত জয়ী হৈছে। ৮০খন আসনত আগবাঢ়ি আছে দলটো।

.১৮বজাতঃ বিজেপি ২২খন আসনত জয়ী হৈছে আৰু ৪৩খন আসনত আগবাঢ়ি আছে।

৩.০২বজাতঃ জনতা দলে ৭খন আসনত জয়ী হৈছে আৰু ১৪খন আসনত আগবাঢ়ি আছে।

৩.০১বজাতঃ কংগ্ৰেছ ৪১খন আসনত জয়ী হৈছে। ৯৬খন আসনত আগবাঢ়ি আছে দলটো।

.০০বজাতঃ বিজেপি ১৮খন আসনত জয়ী হৈছে আৰু ৪৪খন আসনত আগবাঢ়ি আছে।

২.৪১বজাতঃ কংগ্ৰেছ ৩৩খন আসনত জয়ী হৈছে। ১০৪খন আসনত আগবাঢ়ি আছে দলটো।

২.৪০বজাতঃ বিজেপি ১৫খন আসনত জয়ী হৈছে আৰু ৪৭খন আসনত আগবাঢ়ি আছে।

২.৩১বজাতঃ জনতা দলে ৪খন আসনত জয়ী হৈছে আৰু ১৭খন আসনত আগবাঢ়ি আছে।

২.২৯বজাতঃ বিজেপি ১৩খন আসনত জয়ী হৈছে আৰু ৫০খন আসনত আগবাঢ়ি আছে।

২.২৭বজাতঃ কংগ্ৰেছ ২৯খন আসনত জয়ী হৈছে। ১০৭খন আসনত আগবাঢ়ি আছে দলটো।

২.২৫বজাতঃ কংগ্ৰেছ ২২খন আসনত জয়ী হৈছে। ১১৩খন আসনত আগবাঢ়ি আছে দলটো।

২.২বজাতঃ বিজেপি ১০খন আসনত জয়ী হৈছে আৰু ৫৪খন আসনত আগবাঢ়ি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply