বটদ্ৰৱা : অৱশেষত চিনাক্ত হল থানা জ্বলাই দিয়াৰ নিৰ্দেশ দিয়া যুৱক। বটদ্ৰৱা থানা জ্বলাই দিয়াৰ নিৰ্দেশ দিয়া যুৱকজনক চিনাক্ত কৰিছে আৰক্ষীয়ে। বর্তমান পলাতক অৱস্থাত আছে যুৱকজন।
বটদ্ৰৱা কাণ্ডৰ লগত জড়িত এজনৰ পিছত আনজন অভিযুক্ত ধৰা পৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ২২ জনকৈ লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক – মাদ্ৰাছা শব্দটো নোহোৱা হ’ব লাগে; আৰ এছ এছৰ সভাত মুখ্য মন্ত্ৰীৰ মন্তব্য
ইয়াৰ মাজতে বটদ্ৰৱা থানা জ্বলাই দিয়াৰ নিৰ্দেশ দিয়া যুৱকজনক চিনাক্ত কৰিছে আৰক্ষীয়ে। থানা জ্বলাই দিয়াৰ নিৰ্দেশ দিয়া যুৱকজনৰ নাম ছাদ্দাম আলী বুলি জানিব পৰা গৈছে। বৰ্তমান পলাতক অৱস্থাত আছে ছাদ্দাম আলী।