হোজাই : মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত। হোজাইৰ বান পৰিস্থিতিৰ বুজ লবলৈ গৈ থকা অৱস্থাত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। আহত দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজন।

দুর্ঘটনাত পতিত হৈছে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহন। বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই দুর্ঘটনা। হোজাইৰ সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুর্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ-০২-এএ-১০৪৩ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – ১৩ শতাধিক শীক্ষাৰ্থীৰ অংশগ্ৰহণেৰে ‘ইডুভেণ্ট’ৰ সফল সামৰণি

বৰবহাত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ এখন বাহনে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এএছ-০২-এএ-১০৪৩ নম্বৰৰ বাহনখনক পিছফালৰ পৰা খুন্দা মাৰে। ফলত বাহনখনৰ চালকজন আহত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply