নিউজ ডেস্ক- ইউ পি আইৰ জৰিয়তে এ টি এমৰ পৰা উলিয়াব পাৰিব ধন। এই সুবিধা প্ৰদান কৰা প্ৰথমটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হৈছে বেংক অব বৰোদা।

বেংক অব বৰোদাৰ ইন্টাৰ অপাৰেবল কাৰ্ডলেছ কেছ উইড্ৰল ছাৰ্ভিচৰ জৰিয়তে ব্যক্তিসকলে এদিনত দুবাৰকৈ ধন উলিয়াব পাৰিব। এই ব্যৱস্থাৰ দ্বাৰা ব্যক্তিয়ে এবাৰত ৫০০০ টকাকৈ ধন উলিয়াব পাৰিব। অৰ্থাৎ এদিনত ১০০০টকা এ টি এমৰ অবিহনে উলিয়াব পাৰিব গ্ৰাহকসকলে।

উল্লেখ্য যে, ম’ বাইলত ভীম ইউ পি আই, ৱৰ্ল্ড ইউ পি আই আৰু আই চি চি ডব্লিউ সুবিধাৰ সমৰ্থন কৰা অন্য যিকোনো ইউ পি আই এু ব্যৱহাৰ কৰা গ্ৰাহকসকলে ডেবিট কাৰ্ড অবিহনেও এই ব্যৱস্থাৰ দ্বাৰা এ টি এমৰ পৰা ধন উলিয়াব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply