নিউজ ডেস্ক- ২০২০ বৰ্ষতো কাৰো বাবে সুকলমে পাৰ হৈ নগ’ল। এইবাৰ নতুন বৰ্ষক ধুমধামেৰে আদৰিবলৈ সাজু এমাজন। সেইবাবে ২০২১ চনৰ জানুৱাৰী মাহৰ ১তাৰিখৰ পৰা এমাজনে গ্ৰাহকৰ বাবে আগবঢ়াব আকৰ্ষনীয় উপহাৰ। কৰোণাসৃষ্ট পৰিবেশৰ বাবে এইবছৰ উৎসৱ-পাৰ্ৱন, বজাৰ বিক্ৰী সকলোতে বিৰূপ প্ৰভাৱ পৰিলে। এইবাৰ নতুন বৰ্ষৰ আগমণৰ লগে লগে ই-কমাৰ্চ কোম্পানী এমাজনে গ্ৰাহকৰ বাবে লৈ আহিছে ‘Mega salary days’।

১জানুৱাৰীৰ পৰা ৩ জানুৱাৰীলৈ থাকিব এই সুবিধা। টি ভি, ফাৰ্ণিচাৰ, খেলৰ সামগ্ৰী ,যিকোনো ঘৰুৱা সামগ্ৰীৰ ওপৰত এমাজনে গ্ৰাহকলৈ বহু পৰিমানে ৰেহাই আগঢ়াব। এই ৰেহাই ৫০% পৰ্যন্ত লৈকে গ্ৰাহকে লাভ কৰিব।

লগতে যিসকলে কাৰ্ড পেমেন্ট কৰিব বিচাৰে তেওঁলোকৰ বাবে থাকিব অধিক আকৰ্ষনীয় অফাৰ। । আনহাতে ‘বেংক অৱ বৰোডা’ৰ ক্ৰেডিট কাৰ্ড অথবা ডেবিট কাৰ্ড ব্য়ৱহাৰ কৰা সকলে ১০% অধিক হাৰত ৰেহাই লাভ কৰিব। এই গ্ৰাহকসকলে ই এম আই ত ১৫০০টকালৈকে ৰেহাই পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply