গুৱাহাটী- কৰোণা সৃষ্ট পৰিবেশৰ বাবেই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পৰীক্ষা পিছুৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। অহা ফেব্ৰুৱাৰী মাহ পর্যন্ত অনুষ্ঠিত নহয় CBSEৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।
आचार्य देवो भव: Interacting with teachers on upcoming board exams. #EducationMinisterGoesLive @EduMinOfIndia @SanjayDhotreMP @PIB_India @MIB_India @DDNewslive https://t.co/SSNzSkkV4f
— Dr. Ramesh Pokhriyal Nishank (@DrRPNishank) December 22, 2020
টুইটাৰ যোগে এই ঘোষণা কেন্দ্ৰীয় মানব সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালৰ। ক’ভিড-19 মহামাৰী সৃষ্ট পৰিৱেশৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকৰ ফালৰ পৰা অনুৰোধৰ পিছত লোৱা হৈছে এই সিদ্ধান্ত লোৱা হৈছে ।