প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী- কৰোণা সৃষ্ট পৰিবেশৰ বাবেই কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পৰীক্ষা পিছুৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে। অহা ফেব্ৰুৱাৰী মাহ পর্যন্ত অনুষ্ঠিত নহয় CBSEৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।

টুইটাৰ যোগে এই ঘোষণা কেন্দ্ৰীয় মানব সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালৰ। ক’ভিড-19 মহামাৰী সৃষ্ট পৰিৱেশৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকৰ ফালৰ পৰা অনুৰোধৰ পিছত লোৱা হৈছে এই সিদ্ধান্ত লোৱা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply