নিউজ ডেস্ক– ওড়িশাৰ ৰুৰকেল্লা ষ্টীল প্লান্টত বিষাক্ত গেছ নিৰ্গত হৈ মৃূ্ত্য়ু হয় চাৰিজন শ্ৰমিকৰ। বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা। কয়লা ৰাসায়নিক বিভাগত সংগঠিত হয় এই ঘটনা। গেছ নির্গমনৰ সময়ত কয়লা ৰাসায়নিক বিভাগত কর্মৰত অৱস্থাত আছিল ১০গৰাকী কর্মী ৷
Odisha: Four people dead, six people fall ill due to toxic gas leakage from a unit at Rourkela Steel Plant pic.twitter.com/TkRNSwsMOK
— ANI (@ANI) January 6, 2021
কৰ্মৰত চাৰিজন মৃত্য়ু হোৱাৰ লগতে বাকীকেইজনক সংকটজনক অৱস্থাত হস্পিতালত ভৰ্তি কৰোৱা হৈছে। বিষাক্ত গেছ নিৰ্গমণৰ ফলত শ্ৰমিক সকলৰ উশাহ-নিশাহ লোৱাত সমস্য়া হয় আৰু সংজ্ঞাহীন হৈ পৰে।