নিউজ ডেস্ক– দেওবাৰে মিজোৰামৰ চুংতেত অসম ৰাইফলছে জব্দ কৰে নথি-পত্ৰ বিহীন ১২০ বেগ মানৱ চুলি। উদ্ধাৰ হোৱা চুলিখিনিৰ আনুমানিক মূল্য প্ৰায় ১.৮ কোটি টকা।

এই অভিযানটো চলাইছিল অসম ৰাইফলছৰ সহযোগত শুল্ক বিভাগৰ এটা দলে।
শুল্ক আইনৰ ধাৰা ১১৫মতে পশু-পক্ষী, জীৱ-জন্তুৰ অংগ -প্ৰত্যংগ সৰবৰাহ আইন বিৰোধী।

শুল্ক আইনৰ ধাৰা ১১১ বা ১১৩ ৰ অধীনত এই বৃহৎ পৰিমাণৰ মানৱ চুলি জব্দ কৰে শুল্ক বিষয়াই । এই চুলিখিনি ম্যানমাৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্য নিয়া হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply