য়েমেন ভয়াবহ আক্ৰমণ

নিউজ ডেস্ক– য়েমেনৰ এডেন বিমান বন্দৰত সংগঠিত হৈছে ভয়াবহ আক্ৰমণ। দেশখনৰ নতুন চৰকাৰৰ দায়িত্ব লোৱা প্ৰধানমন্ত্ৰী মাইন আব্দুল মালিক তেওঁৰ সতীৰ্থ সকলৰ সৈতে বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই তেওঁলোকৰ ওপৰত আক্ৰমণ চলে।

এই আক্ৰমণত প্ৰায় ২৬জনৰো অধিক লোকৰ মৃত্য়ু হয় আৰু গুৰুত্বৰভাৱে আহত প্ৰায় ৫০জনৰো অধিক লোকৰ। ধাৰাবাহিক ভাৱে ২ টা বোমা বিস্ফোৰণ হোৱাৰ ফলত বিমান বন্দৰত ধোৱা সদৃহ পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখ্য় যে এই বিস্ফোৰণত নতুন চৰকাৰৰ প্ৰতিনিধি আৰু প্ৰধানমন্ত্ৰী সুৰক্ষিত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply