নিউজ ডেস্ক : উত্তৰ-প্ৰদেশৰ কানপুৰৰ পীয়ুষ জৈন নামৰ এগৰাকী সুগন্ধি ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।

পীয়ুষ জৈনৰ কাণপুৰৰ ঘৰত অভিযান চলাইছিল Central Board of Indirect Taxes and Customs আৰু GST বিভাগে।

উক্ত অভিযানত ব্যৱসায়ীজনৰ ঘৰৰ পৰা এই পৰ্য্যন্ত নগদ ১৫০ কোটি টকা উদ্ধাৰ কৰা হৈছে, ধনৰ হিচাপ এতিয়াও অব্যাহত আছে।। Central Board of Indirect Taxes and Customs-ৰ অধ্যক্ষ বিবেক জহৰিয়ে জনোৱা মতে চি বি আই চিৰ ইতিহাসত উদ্ধাৰ কৰা এইয়া আটাইতকৈ বৃহৎ পৰিমাণৰ ধনৰাশি।

এই পৰ্য্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

লগতে পঢ়ক : গুগলক পিছ পেলাই চলিত বৰ্ষৰ জনপ্ৰিয় ৱেবছাইটৰ শীৰ্ষত TikTok

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply