কন্যাক ইউনিয়নৰ সংবাদ মেল

নাগালেণ্ডৰ মন জিলাত সংঘটিত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত কন্যাক ইউনিয়নৰ সংবাদ মেল।

উচিত নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদানৰ দাবী।

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (THE ARMED FORCES (SPECIAL POWER) ACT, 1958ৰ বিৰোধিতা কন্যাক ইউনিয়নৰ।

মন জিলাত নগা লোকসকল শান্তিৰে আছে। গতিকে AFSPA আইন বাতিলৰ দাবী।

নাগালেণ্ডৰ মন জিলাৰ পৰা সেনা প্ৰত্যাহাৰৰ দাবী কন্যাক ইউনিয়নৰ।

নাগালেণ্ডত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত এতিয়া নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি কৰিছে।

বৰ্তমান সময়ত জিলাখনত সাময়িকভাৱে স্থগিত ৰখা হৈছে সেনাৰ সঞ্চালন।

সোমবাৰে নাগালেণ্ডত ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নে।

লগতে পঢ়ক- সেনাৰ ভুৱা আক্ৰমণত নিহত সকলৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতো উঠিল সেনাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply