নিউজ ডেস্কঃ নামাজ পঢ়ি থকা সময়তে মছজিদত বিস্ফোৰণৰ ঘটনা। পাকিস্তানৰ পেশ্বাৱৰত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বিস্ফোৰণত ৩০জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। ইফালে, আহত হৈছে আন ৫০জন লোক।

আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে, আহত সকলৰ ভিতৰত ১০জনৰ অৱস্থা অতি সংকটজনক। আহত লোকসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান এই বিস্ফোৰণক লৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply