নিউজ ডেস্ক : বিশ্ববিদ্যালয়ত গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। এজন লোকে সংঘটিত কৰা এই গুলী চলনাত ৮ জনকৈ লোক নিহত হোৱাৰ লগতে অহাত হৈছে ১৪ জনকৈ লোক। আক্ৰমণকাৰী ইতিমধ্যে নিহত হৈছে আৰক্ষীৰ গুলীত।

ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক গুলী চালনাৰ ঘটনা। এজন লোক ৰাছীয়াৰ পাৰ্ম বিশ্ববিদ্যালয়ত গুলী চালনা কৰা ত ৮ জনকৈ লোক নিহত হৈছে। গুলী চালনাৰ ঘটনাত অন্য ১৪ জনকৈ লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক  : পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে চৰণজিত সিং চন্নীয়ে

গুলী চালনা সংঘটিত হৈ থকা সময়ত বিশ্ববিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষৰ্থী সকল নিজকে কোঠাৰ ভিতৰত আৱদ্ধ কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা চলায়। অৱশ্যে আৰক্ষীৰ গুলীত আক্ৰমণকাৰীজন নিহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply