ৰাষ্ট্ৰীয় লোকদলৰ নেতা প্ৰাক্তণ কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ মৃত্যু

চাৰিজনকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত কেবিনেট মন্ত্ৰী আছিল অজিত সিং

প্ৰাক্তণ প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ পুত্ৰ আছিল

৮২ বছৰ বয়সত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় অজিত সিঙৰ।

তেওৰ পুত্ৰ জয়ন্ত চৌধুৰীয়ে দেউতাকৰ মৃত্যুৰ কথা অবগত কৰে ।

গুৰগাৱৰ ব্যক্তিগত হস্পিতালত মৃত্যু হয় ।

সাত বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল অজিত সিং ।

ভিপি সিং, পিভি নৰসিংহ ৰাও, অটল বিহাৰী ৱাজপেয়ী আৰু মনমোহন সিং কেবিনেটৰ সদস্য আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply