প্ৰতিনিধিত্বমূলক ছবি

অৰুণাচলৰ প্ৰদেশৰ চাংলাং জিলাৰ অন্তৰ্গত নামপঙৰ লাংবি নামৰ অঞ্চলৰ পৰা ৯ কিলোমিটাৰ নিলগত ভাৰত ম্যানমাৰ সীমান্তত 19 নং আছাম ৰাইফলছ আৰু উগ্ৰপন্থী সংগঠন NSCN(K) মাজত প্রচণ্ড গুলিয়াগুলী সংঘটিত হয়।

আলফা-এনএছচিএনৰ সৈতে গুলীয়াগুলিত আছাম ৰাইফলছৰ এগৰাকী জোৱান নিহত হোৱাৰ উপৰিও আন দুগৰাকী যোৱান গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয়। নিহত জোৱান গৰাকীৰ নাম ৰাইফল মেন অৱতাৰ চাকমা ।

আনহাতে আহত জোৱান দুগৰাকী ক্ৰমে, ৰাইফলমেন বাবলু, ৰাইফল মেন বলদেৱ বুলি সেনা সুত্ৰৰ পৰা জানিব পৰা গৈছে।। আঘাতপ্ৰাপ্ত জোৱান দুগৰাকীক সেনাই চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক ৰাজ্যপালৰ ভাষণত আলফাৰ প্ৰসংগ, এইক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী পোষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply