নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যত NSCN(K-YA) শিবিৰ উৎখাত কৰিছে সেনা বাহিনীয়ে। এই অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। অৰুণাচলৰ মেওত উদ্ধাৰ হয় বৃহত্‍ পৰিমাণৰ এই অস্ত্ৰ-শস্ত্ৰ সমূহ।
সেনা, অৰুণাচল আৰক্ষীয়ে যুটীয়া ভাবে অভিযান চলাই জব্দ কৰে অস্ত্ৰ-শস্ত্ৰখিনি।
মেওৰ গভীৰ অৰণ্যত চলিছে উগ্ৰপন্থী বিৰোধী অভিযান। প্ৰায় ৩০/৪০ জনীয়া দলে বাহৰ পাতিছিল এই শিবিৰত। উদ্ধাৰ কৰা মাৰণাস্ত্ৰ সমূহৰ মাজত AK-56 চিৰিজৰ ৰাইফলৰ লগতে IED, ডিটেনেটৰ , বহু পৰিমানৰ সজীব গুলী উদ্ধাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply