নিউজ ডেস্কঃ মিজোৰামৰ চম্ফাই জিলাত অসম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰোইন।
চম্ফাই জিলাৰ ভেংলাই গাঁৱত অসম ৰাইফলছে অভিযান চলাই জব্দ কৰে ৭৫১.২ গ্ৰাম হেৰোইন।
লগতে পঢ়কঃপঞ্জাব বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এটা দল
জব্দ কৰা হেৰোইন খিনিৰ মূল্য প্ৰায় ৩কোটি টকা।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অসম ৰাইফলছে চলাইছিল এই অভিযান।