নিউজ ডেস্ক– দিনক দিনে উত্তৰ-পূৱত বৃদ্ধি পাই আহিছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়।  মণিপুৰৰ চান্দেল জিলাত অসম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ চুপাৰী।

 জিলাখনৰ খেংজয় গাঁৱত অসম ৰাইফলছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলাইছিল অভিযান।

 জব্দ কৰা চুপাৰীখিনিৰ মূল্য প্ৰায় ১৬ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জব্দ কৰা  চুপাৰীখিনি অসম ৰাইফলছে আৰক্ষীক চমজাই দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply