ফটো- ইনষ্টাগ্ৰাম
ফটো- ইনষ্টাগ্ৰাম

নিউজ ডেস্কঃ কৰোণা ভাইৰাছত আক্ৰান্ত হয় বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট

অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামৰ জৰিয়তে এই কথা শুভাকাংশীসকলক শ্বেয়াৰ কৰিছে।


বৰ্তমান নিজকে ঘৰতে কোৱাৰেন্টাইন কৰি ৰাখিছে বুলিও অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত উল্লেখ কৰে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে আলিয়াৰ প্ৰেমিক ৰণবীৰ কাপুৰো আক্ৰান্ত হৈছিল কৰোণা ভাইৰাছত।

ইতিমধ্যে বলীউদৰ কেইবাগৰাকীয়ো তাৰকা কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।

আৰু পঢ়কঃ কৰোণা ভাইৰাছত আক্ৰান্ত প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক হস্পিতালত ভৰ্তি কৰা হৈছে

দেশৰ ভিতৰতে সৰ্বাধিক কৰোণা সংক্ৰমণ হোৱা মহাৰাষ্ট্ৰত প্ৰতিদিনে ৩০-৪০হাজাৰ লোক আক্ৰান্ত হৈছে।

বিগত ২৪ঘন্টাত দেশত নতুনকৈ কৰোণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৮১হাজাৰ ৪৬৬গৰাকী।

ভাৰতত কোৰোনাত আক্ৰান্ত হৈ বিগত ২৪ঘন্টাত মৃত্যু হৈছে ৪৬৯গৰাকী ৰোগীৰ ।

বৰ্তমান দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছেগৈ ৬লাখ ১৪হাজাৰ ৬৯৬গৰাকী ।

আৰু পঢ়কঃ অভিনয়ৰ পৰা ব্য়ৱসায়লৈ বলিউদ অভিনেত্ৰী আলিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply