অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।
চৰণজিৎ সিং চন্নী পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
ছণ্ডীগড়ত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চৰণজিৎ সিং চন্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰা হয়।

অমৰিন্দৰ সিং মন্ত্ৰী সভাত কাৰিকৰী শিক্ষা আৰু উদ্যোগিক প্ৰশিক্ষণ দপ্তৰৰ মন্ত্ৰী আছিল চৰণজিৎ সিং চন্নী

নবজ্যোত সি সিদ্ধুৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাস্তবত ৰূপায়িত হব নিদিলে ছোনিয়া গান্ধীয়ে

লগতে পঢ়ক সোণাৰিৰ আটালপুখুৰীত পোন প্ৰথমবাৰৰ বাবে ৱাটাৰ পল’ খেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply