আজি পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা । উত্তৰ প্ৰদেশৰ ৪০৩ টা, পাঞ্জাৱৰ ১১৭ টা, উত্তৰাখণ্ডৰ ৭০ টা, গোৱাৰ ৪০ টা আৰু মণিপুৰৰ ৬০ টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ।
পোষ্টেল বেলট গণনা চলি আছে।
শেহতীয়া অগ্ৰগতি তথ্য
উত্তৰ প্ৰদেশ (৪০৩)
বিজেপি-৭২
সমাজবাদী পাৰ্টি -৬৪
বহুজন সমাজবাদী পাৰ্টি-০২
কংগ্ৰেছ-০০
অনান্য-০১
পঞ্জাব(১১৭)
কংগ্ৰেছ-১২
বিজেপি-০২
আপ-২০
আকালী দল-০৫
অনান্য-০০
উত্তৰাখণ্ড(৭০)
কংগ্ৰেছ-১৩
বিজেপি-১২
বহুজন সমাজবাদী পাৰ্টি-০০
অনান্য-০০
গোৱা(৪০)
কংগ্ৰেছ-২০
বিজেপি-১৬
এম জিএম-০০
তৃণমূল কংগ্ৰেছ-০৪
আপ-০০
অনান্য-০০
মণিপুৰ(৬০)
কংগ্ৰেছ-০১
বিজেপি-০৫
এনপিপি-০০
এনপিএফ-০০
অনান্য-০৫