নিউজ ডেস্কঃ অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ চলি আছে।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আবেলি ৩বাজি ৪১মিনিটলৈকে ভোটদান সম্পন্ন হৈছে ৬৮.৩১%।
আনহাতে, অসমকে বাদ দি নিৰ্বাচন অনুষ্ঠিত হোৱা দেশৰ বাকী চাৰিখন ৰাজ্যৰ বৰ্তমানলৈকে ভোটদানৰ হাৰ হৈছেঃ
কেৰেলাত ভোটদানৰ হাৰ ৫৮.৬৬% , পশ্চিমবংগত ৬৭.৫৯%,
পডুচেৰীত ভোটদানৰ হাৰ ৬৬.৫৮%, তামিলনাডুৰ ভোটদানৰ হাৰ ৫৩.৫৯%।