প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ চলি আছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আবেলি ৩বাজি ৪১মিনিটলৈকে ভোটদান সম্পন্ন হৈছে ৬৮.৩১%।

আনহাতে, অসমকে বাদ দি নিৰ্বাচন অনুষ্ঠিত হোৱা দেশৰ বাকী চাৰিখন ৰাজ্যৰ বৰ্তমানলৈকে ভোটদানৰ হাৰ হৈছেঃ

কেৰেলাত ভোটদানৰ হাৰ ৫৮.৬৬% , পশ্চিমবংগত ৬৭.৫৯%,

পডুচেৰীত ভোটদানৰ হাৰ ৬৬.৫৮%, তামিলনাডুৰ ভোটদানৰ হাৰ ৫৩.৫৯%।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply