নিউজ ডেস্কঃ নতুন বৰ্ষৰ পৰা দেশত বিভিন্ন সামগ্ৰীৰ লগতে কাপোৰৰো মূল্য বৃদ্ধি হোৱাৰ খবৰ চৰ্চাত থকাৰ সময়তে দেশত কাপোৰৰ দাম বৃদ্ধি নাপায় বুলি ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে।

কৃষি আইনৰ পিছত কাপোৰৰ GST বৃদ্ধি নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।

জিএছটি পৰিষদে শুকুৰবাৰে জিএছটি পৰিষদৰ বৈঠকত বস্ত্ৰৰ ওপৰত বৰ্ধিত কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিছে।

লগতে পঢ়কঃমিঠাতেলৰ মূল্য হ্ৰাস! দেশত ৩০ৰ পৰা ৪০ টকা পৰ্যন্ত মিঠাতেলৰ মূল্য হ্ৰাস

৫ শতাংশৰ পৰা প্ৰস্তাৱিত ১২ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত পিছুৱাই দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল জিএছটি পৰিষদৰ ৪৬সংখ্যক বৈঠক।

এই বৈঠকত বৃদ্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,783 other subscribers

Leave a comment

Leave a Reply