প্লাজমা থেৰাপী

ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়াৰে পৰা নহয় প্লাছমা থেৰাপি ।

AIIMS আৰু ICMR-এ জাৰি কৰিলে নতুন নিৰ্দেশনা।

“প্লাছমা থেৰাপি ” ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্ৰযোজ্য নহয় বুলি এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ICMR য়ে ।
চিকিৎসা বিজ্ঞানৰ আগশাৰীৰ journal LAncet ত প্ৰকাশ হোৱা এটি সমীক্ষাৰ মতে প্লাছমাই ক’ভিড ৰোগীৰ মৃত্যু হাৰ আৰু ভাইৰাছটোৰ সংক্ৰমণ হ্ৰাস কৰিব নোৱাৰে ।

আগন্তুক দিনত ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন নতুন চিন্তা তথা ঔষধ অহাৰ সম্ভাৱনা আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply