নিউজ ডেস্কঃ আইপিএলত আজি দিল্লীৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰাজস্থান। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখন খেলা হ’ব ৱানখেড়ে ষ্টেডিয়ামত। আজিৰ মেচখনত ৰাজস্থানত ৰয়েলছৰ জয় হোৱাৰ সম্ভাৱনা দিল্লীৰ তুলনাত কিছু বেছি।

উল্লেখ্য যে, দিল্লী কেপিটেলছৰ দলটোৰ খেলুৱৈসকল ক্ৰমে- অশ্বীন হেড্ডাৰ, ডেভিড ৱাৰ্ণাৰ, মনদীপ সিং, পৃথ্বী শ্ব, ৰিপাল পাটেল, ৰভমান পৱেল, ছৰফৰাজ খান, যশ ঢুল, অক্সৰ পাটেল, ললিত যাদৱ, মিচেল মাৰ্শ্ব, ৰিশ্বব পান্ট, শ্ৰীকাৰ ভাৰত, টীম ছেইফাৰ্ট, এনৰিচ নৰ্টজে, চেতান চকৰীয়া, কমলেশ নগৰকটী, খলিল আহমেদ, কুলদীপ যাদৱ, লুংগী গিড়ী, মুস্তাফিজুৰ ৰহমান, প্ৰবীন ডুবে’, শ্বৰ্ডুল ঠাকুৰ, বিকী অষ্টৱাল।

ইফালে, ৰাজস্থান ৰয়েলছৰ দলটোৰ খেলুৱৈসকল ক্ৰমে- দেৱদত্ত পাটিকল, কৰুণ নায়েৰ, ৰাছি ভান ডেৰ ডুছেন, সীমৰণ হেটমায়েৰ, যশ্বছৱী জেইশ্বাল, ডেৰীল মিচেল, জেমছ নিশ্বাম, ৰিয়ান পৰাগ, সুভম গৰৱাল, ধ্ৰুৱ জুৰেল, জ’ছ বাটলাৰ, সঞ্জু ছেমছন, অনুনয় সিং, কে চি কাৰিয়াপ্পা, কুলদীপ সেন, কুলদীপ যাদৱ, নাথান কৌলটাৰ-নীল, নৱদীপ ছেইনী, অবেড মক’য়, প্ৰশিদ্ধ কৃষ্ণ, ৰবিচন্দ্ৰণ অশ্বিন, তেজশ বাৰোকা, ট্ৰেন্ট বল্ট, যুজৱেন্দ্ৰ চহল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply