লখিমপুৰ: অসম অৰুনাচল প্ৰদেশৰ সীমান্তৰ লখিমপুৰ জিলাৰ কিমিনস্থ ইণ্ডো তির্ব্বত সীমা পুলিচ ফর্চৰ চাউনিত আজি দীক্ষান্ত তথা শপত গ্ৰহণ সমাৰোহ অনুস্থিত হয়৷


এবছৰীয়া প্ৰশিক্ষণৰ অন্তত ৪৮৫ গৰাকী ইণ্ডো তির্ব্বত সীমা পুলিচ ফর্চৰ জোৱানে দেশ মাতৃৰ সেৱাৰ নামত শপত লয়।বিভিন্ন চাউনিত মকৰলৰ বাবে প্ৰমান পত্ৰ সহ বিদায় দিয়া এই জোৱান সকল ভাৰত চীন সীমান্তৰ দুৰ্গম অঞ্চলত দেশৰ প্রহৰী হিচাবে কৰ্মত যোগ দিব।


এই সকল সাহসী জোৱান। ৪৭৫ জি ডি ৰিকুইটমেন্ট ট্ৰেইনিং চেন্টাৰ, কিমিনৰ দ্বাৰা আয়োজিত এই দীক্ষান্ত সমাৰোহত আয়োজিত কুছ- কাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বাহিনীটোৰ ইষ্ট্ৰাৰ্ন কামাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়দৰ্শিনীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply