নিউজ ডেস্কঃ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সোমবাৰে লোকসভাত শ্ৰমিকৰ আত্মহনন একে উদ্বেগজনক তথ্য প্ৰকাশ কৰে। 

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন ব্যুৰ ৰ (এন চি আৰ বি) তথ্য অনুযায়ী তেওঁ কয় যে, ২০১৯-২১ বৰ্ষৰ লৈকে ১.১২ লাখ দিনহাজিৰা কৰা লোকে আত্মহত্যাৰ পথ বাছি লৈছে। লগতে, ২০১৯-২১ বৰ্ষত ৬৫,৯১২ গৃহিণী, ৫৩,৬৬১ স্ব-নিয়োজিত, ৪৩,420 বেতনভোগী আৰু ৪৩,৩৮৫ নিবনুৱাই আত্মহননৰ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে জনাই।  

উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে  তথ্য অনুযায়ী ২০১৯-২১ লৈকে ৩৫,৯৫০ গৰাকী শিক্ষার্থী লগতে ৩১,৮৩৯ গৰাকী কৃষকে আত্মহনন কৰাৰ এক ভয়ংকৰ তথ্য জানিবলৈ দিয়ে। 

লগতে পঢ়ক – WPL ত স্থান লাভ অসমৰ জিণ্টিমণি কলিতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply