নিউজ ডেস্কঃ কাইলৈ বছৰৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰাস গ্ৰহণ।

ভাৰতত আংশিকভাৱে চন্দ্ৰগ্ৰহণ আবেলি ৩.১৫ বজাৰ পৰা দেখা পোৱা যাব।

বিশেষকৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ আবেলি ৪.৫৮ বজাত শেষ হ’ব যদিও আংশিক চন্দ্ৰগ্ৰহণ সন্ধ্যা ৬.২৩ বজাতহে অন্ত পৰিব।

আৰু পঢ়কঃকিৰ্গিস্তানৰ বক্সাৰক ৫-০ ব্যৱধানত পৰাস্ত কৰিলে অসমৰ শিৱ থাপাই

আকাশত চন্দ্ৰ উদয় হোৱাৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াক স্পষ্টভাৱে দেখা পোৱা যাব।

উল্লেখযোগ্য যে,উত্তৰ পূৰ্বাঞ্চলৰ আগৰতলা, আইজল, চেৰাপুঞ্জি, গুৱাহাটী, ইম্ফল, ইটানগৰ, পাছিঘাট, শিলচৰ, কোহিমা, লামডিং, উত্তৰ লখিমপুৰ, শ্বিলং, শিৱসাগৰ আৰু আইজলৰ পৰা চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply