গুৱাহাটী : এমজি মটৰ ভাৰতে ব্যক্তিগত এআই সহায়ক আৰু এই-শ্রেণীৰ-প্রথম স্বয়ংচালিত (লেভেল ২) প্রযুক্তিৰ সৈতে ভাৰতৰ প্রখম এইউডি এমজি এষ্টৰ (MG Astor) উন্মােচন কৰে। এষ্টৰ এমজিৰ সফল ব্লবেল প্লেটফর্ম দেএছ (ZS}ৰ ওপৰত আধাৰিত। এমজিৰ ইম’চনেল ডায়নামিজিম ডিজাইন দৰ্শনৰ ওপৰত্ব প্রতিষ্ঠিত, এষ্টৰৰ সমকালীন ষ্টাইলে গ্রাহকৰ সৈতে সংযােগ স্থাপন কৰিব। ইয়াৰ স্পষ্ট বােল্ড চেলেষ্টিলে গ্রিলে পথত এক বিশেষ প্ৰভাৱৰ সৃষ্টি কৰিব। এই এছইউভিযে এক অতুলনীয় নাহৰফুটুকীৰ জাপৰ কান্ধৰ ৰেখা সদৃশ এক সুন্দৰ আৰু কাৰ্যৰ-বাবে প্রস্তুত স্থিতি প্ৰদান কৰিছে। এষ্টৰৰ এলইডি হেডলেত থকা নটা স্ফটিক হীৰাৰ উপাদানে দর্শনীয় ৰূপৰ সৈতে এক বিশেষ হক-আই অভিব্যক্তি প্রদান কৰে৷

ইয়াৰ আভ্যন্তৰীণ অংশ কোমল আৰু উচ্চ-মানৰ সামগ্ৰীৰে সুন্দৰভাৱে তৈয়াৰ কৰা হছে৷ ই দুটা ইন্সিল বিকল্পৰ সৈতে উপলব্ধ হ’ব। ব্রিট ডায়নামিক ২২০ টার্বো পেট্রেল ইঞ্জিল, এক ৬-স্পীড এটি (AT)ৰ সৈতে, যি ২২০Nm টর্ক আৰু ১৪০ps পাৱাৰ উপলব্ধ কৰি তুলিব। আৰু অন্যটো হ’ল VT টেক পেট্রল ইমিল, মেলুৱেল ট্রান্সমিছল আৰু ৪-স্পীড চিভিটি(CVT)ৰ সৈতে, যি ১৪৪Nm টর্ক আৰু ১১০pও পাৱাৰ প্ৰদান কৰিব। বহু প্রতীক্ষিত মধ্য-আকাৰৰ এমজি এষ্টৰ ১০ ছেপ্টেম্বৰৰ পৰা এমজি স্বৰুমত প্রদর্শিত হ’ব আৰু তাৰপিছতে বুকিং আৰম্ভ হ’ব৷

এষ্টৰৰ আকর্ষণীয়ভাৰ বিষয়ে উল্লেখ কৰি, ইউকে লণ্ডনত অৱস্থিত এমজিৰ ব্লবেল ডিজাইন চেণ্টাৰৰ এডভান্সড ডিজাইন ডাইৰেক্টৰ কার্ল গথামে কয়, “ইমচনেল ডায়নামিজিমৰ ধাৰণাই এষ্টৰলৈ এক প্রিমিয়াম৷ এই মধ্য-আকাৰৰ এছইউভি হৈছে এক ব্যতিক্রমী ডিজাইল আৰ আকর্ষণীয় বৈশিষ্ট্যৰ সৈতে এক চাক্ষুস আনন্দ। আমি গাড়ীখন সৃষ্টি কৰােতে ডিজাইলৰ বিষয়টোৰ ওপৰতাে বিশেষ গুৰুত্ব আৰােপ কৰিছো যাতে ই প্ৰযুক্তি উপলব্ধি কৰি তোলাৰ লগতে দেখনিয়াৰাে হয়। ই অত্যাধুনিক প্রযুক্তি আৰু ডিজাইন উৎকর্ষতাৰ সৈতে এমজিৰ ব্ৰেণ্ডৰ পৰম্পৰাক আগবঢ়াই নিয়ে। ভাৰতে এমজি এষ্টৰত ব্যক্তিগত এআই সহায়ৰ সৈতে এক নির্বিঘ্ন ড্রাইভিং অভিজ্ঞতা নিমজ্জিত হােৱাৰ আশা কৰিব পাৰে৷ ”

এষ্টৰৰ উম্মোচন অনুষ্ঠানত ভাষণ প্রদান কৰি এমজি মটৰ ভাৰতৰ সভাপতি তথা এমডি ৰাজীৱ চাবাই কয়, “আমি আমাৰ এছইউভিত ভাৰতীয় যান-বাহলৰ বজাৰত কেইবাটাও উদ্যোগৰ-প্রথম সা-সুবিধা প্ৰৱৰ্তল কৰিছাে৷ এইবাৰ আমি আগবঢ়াইছাে ব্যক্তিগত এআই সহায়কৰ সৈতে স্বয়ং চালিত (২) এমজি এষ্ট। আমি বিশ্বাস কৰাে যে সুন্দৰ অৱয়াব, বিলাসী আভ্যন্তৰ আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ সৈতে এষ্টৰ হৈছে এক আকাংক্ষিত পেকেজ যি গ্রাহকসকলৰ মনত প্ৰভাৱ পেলাবলৈ সক্ষম হব।”

লগতে পঢ়ক : গো সুৰক্ষা আইনৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

এমজি এষ্টৰৰ ব্যক্তিগত এআই সহায়কে মানুহ-সদৃশ আৱেগ আৰু কণ্ঠৰ উপলব্ধ কৰি তােলে। পাৰে-অলিম্পিক খেলুৱৈ দীপা মালিকে ব্যক্তিগত এআই সহায়কক কণ্ঠ প্ৰদান কৰিছে, যি অভিজ্ঞতাৰ মানৱীকৰণ সম্ভৱ কৰি তুলিছে। এষ্টৰৰ এআই প্রযুক্তিটো এমজিৰ কাৰ-এল-এ-প্লেটফর্ম (টিএএপি)ৰ সম্ভাৱনীয়তাৰ। ধাৰণাৰ আধাৰত বিকাশ কৰা হৈছে, যি।ব্যৱহাৰকাৰীসকলক তেওঁলােকৰ প্ৰয়ােজনীয়তা অনুসৰি সেৱাসমূহ ব্যক্তিগতকৰণ কৰাত সক্ষম কৰি তুলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply