নাগালেণ্ড মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে চলাই থকা প্ৰতিবাদৰ আজি দ্বিতীয় দিন।


ছাত্ৰ-ছাত্ৰী সকলে ইয়াৰ প্ৰতিবাদত ৰাজপথত সমদল উলিয়াই ।

ডিমাপুৰ আৰক্ষীয়ে প্ৰতিবাদ কাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা কৰাত পৰিস্থিতি উৎতেজিত হৈ পৰে।

আৰক্ষীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক অভিযুক্তৰ দৰে ব্যবহাৰ কৰা আৰু কোনো আগতীয়াকৈ নজনোৱাকৈ লঠিচালনা আৰম্ভ কৰা কাৰ্যত অভিভাৱক সকলেও আৰক্ষী প্ৰশাসন ওপৰত দোষাৰোপ কৰে।

লগতে পঢ়ক- বোকাখাতত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply