নিউজ ডেস্ক- অহা এক আগষ্টত অনুষ্ঠিত হ’ব চিকিৎসা বিজ্ঞান পাঠ্যক্রমত নামভর্তিৰ প্রৱেশ পৰীক্ষা নেচনেল ইলিজিবিলিটী কাম এণ্ড্রেঞ্চ টেষ্ট,২০২১’ চমুকৈ নীট ”NEET” ৷

এন টি এ এক নিৰ্দেশনাযোগে এই বিষয়ে ঘোষণা কৰে।

হিন্দী, ইংৰাজীকে ধৰি ১১টা ভাষাত অনুষ্ঠিত হ’ব নীট পৰীক্ষা ৷

ন টি এৰ দ্বাৰা আয়োজিত নীট ইউ জিৰ পৰীক্ষাৰ জৰিয়তে দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত এম বি বি এছ/বি ডি এছ পাঠ্যক্রমৰ লগতে আন স্বীকৃতিপ্রাপ্ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমসমূহত নামভর্তি কৰাৰ যোগ্যতা অর্জন কৰে৷

হিন্দী, ইংৰাজীকে ধৰি ১১টা ভাষাত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা কলম আৰু কাগজ আর্হিত অনুষ্ঠিত হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,883 other subscribers

Leave a comment

Leave a Reply