নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পুনেবাসীক উপহাৰ দিলে মেট্ৰ’। প্ৰথমে প্ৰধানমন্ত্ৰী মোডীয়ে ষ্টেচনত গৈ ডিজিটেল এপযোগে টিকট ক্ৰয় কৰে আৰু তাৰপাছত মেট্ৰ’ত উঠে তেওঁ।

প্ৰধানমন্ত্ৰী মোডীৰ লগত আছে বহু কেইগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী। মেট্ৰ’ ৰেল মুকলি কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আন কেতবোৰ যোঁজনাৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে মুঠ ৩২.৩ কিলোমিটাৰ পুনে মেট্ৰ ৰেল যোঁজনাৰ ১২ কিলোমিটাৰ খণ্ডৰ উদ্বোধন কৰে। এই সমগ্ৰ প্ৰকল্পৰ বাবে ১১,৪০০ কোটি টকা ব্যয় ধাৰ্য্য কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply