নিউজ ডেস্কঃ কোভিড মহামাৰীৰ আৰম্ভণিৰ পাছত প্ৰধানমন্ত্ৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ এপ্ৰোভেল ৰেটিং (Approval Rating)ৰ হাৰ বৃদ্ধি পাইছে। অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যাক লৈ এতিয়াও চিন্তা শেষ হোৱা নাই। ব্লুমবাৰ্গৰ মতে, সোমবাৰে প্ৰকাশ কৰা এক সমীক্ষাত কোৱা হৈছে এই কথা কোৱা হৈছে।

প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয় কাৰ্যকালৰ সময়চোৱাত চৰকাৰে আশা কৰাতকৈ অধিক কাম কৰিছে। ৬৪ হাজাৰ লোকৰ ভিতৰত ৬৭ শতাংশ লোকেই মান্তি হৈছে যে, দ্বিতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী মোডী চৰকাৰে আশা কৰাতকৈ অধিক কাম কৰি দেখুৱাইছে।

দেশত মূল্যবৃদ্ধি যোৱা ৮ বছৰত সৰ্বাধিক হৈ থকা সময়তে মোডী চৰকাৰৰ এপ্ৰোভেল ৰেটিং বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা হৈছে এই সমীক্ষাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply