নিউজ ডেস্কঃ বিগত কিছুদিন ধৰি পেট্ৰ’ল-ডিজেল আৰু চিএনজিৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। ইয়াক লৈ বিৰোধী দলে প্ৰায়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছে যে- ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰক দোষ দিয়া হয়।

কিন্তু ইন্ধনজাত সামগ্ৰীৰ কৰৰ ৬৮ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাহে লোৱা যায়। টুইটাৰত কংগ্ৰেছ নেতাগৰাকীয়ে লিখিছে- ”High Fuel prices – blame states. Coal shortage – blame states. Oxygen shortage – blame states. 68% of all fuel taxes are taken by the centre. Yet, the PM abdicates responsibility. Modi’s Federalism is not cooperative. It’s coercive.”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply