কভিশ্বিল্ড-ক'ভাক্সিন

ভাৰত বায়’টেকেও কোৰোণা ভেকচিনৰ মূল্য কমাবলৈ সিদ্ধান্ত লৈছে ।

কিছুদিনৰ আগতে ৰাজ্যসমূহৰ বাবে ৬০০ টকা আৰু ব্যক্তিগত খন্ডৰ হস্পিতালৰ বাবে ১২০০ টকা মূল্য নিদ্ধাৰণ কৰিছিল কোভেক্সিনৰ মূল্য ।

আজি কোম্পানীটোৱে ৰাজ্য সমূহৰ বাবে নিদ্ধাৰন কৰা মূল্যৰ পৰিমান ৪০০ টকা প্ৰতিটো ড’জৰ বাবে নিদ্ধাৰন কৰিছে ।

ইয়াৰ পূৰ্বে ছীৰাম ইনষ্টিটিউটৰ কোভিশ্বিল্ডৰ মূল্য বুধবাৰে ৰাজ্য সমূহৰ বাবে ৪০০ টকাৰ পৰা ৩০০ টকালৈ হ্ৰাস কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,844 other subscribers

Leave a comment

Leave a Reply